Department of Assamese | Murkong Selek College
+91 9435490221 mscollege.jni@gmail.com
Murkong Selek College Logo
Murkong Selek College
Affiliated to Dibrugarh University
✦ NAAC Accredited ✦ Est. 1984
মুৰ্কংচেলেক মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ
✦ NAAC Accredited ✦ Jonai, Dhemaji, Assam ✦ Est. 1984
NAAC

Department of Assamese

ESTD. 1984

Profile

ঐতিহ্যমণ্ডিত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অসমীয়া বিভাগ অন্যতম আৰু প্ৰধান বিভাগ ৷ ১৯৮৪ চনৰ ১৪ চেপ্তেম্বৰৰ এক শুভক্ষণত অসমীয়া বিভাগে প্ৰতিষ্ঠা লাভ কৰে আৰু ২০০৫ চনত সন্মানীয় বিষয় সংযোগেৰে বিভাগটিক পৰিপূৰ্ণতা প্ৰদান কৰে ৷ অসমৰ মাতৃভাষা অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ অসমীয়া বিভাগৰ অন্যতম লক্ষ্য আৰু প্ৰধান উদ্দেশ্য৷ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰধান আৰু অন্যতম বিভাগ হিচাপে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ কালৰে পৰাই অবিৰত আৰু ধাৰাবাহিক ভাবে নিজা দায়িত্ব আৰু কৰ্তব্য সুচাৰু ৰূপে সম্পাদন কৰি আহিছে৷১৯৮৪ চনত প্ৰতিষ্ঠাপক আৰু বিভাগয় প্ৰধান হিচাপে ড’ গনেশ পেগুদেৱৰ যোগদানে বিভাগটিৰ পূৰ্ণমাএা প্ৰদান কৰে ৷তেখেতে নিষ্ঠা আৰু অতি আন্তৰিকতাৰে বিভাগটিক গতি প্ৰদান কৰে৷তেখেতৰ অব্যাহতিৰ পিছত ১৯৮৭ চনত অঞ্জনা পেগু আৰু নিৱেদিতা সন্দিকৈয়ে সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰে৷ দুয়োগৰাকীয়ে অতি নিষ্ঠা আৰু আন্তৰিকতাৰে বিভাগটিক গতিমাত্ৰা প্ৰদান কৰে ৷পৰৱৰ্তী সময়ত মনিকান্ত কুলিদেৱে ১৯৮৭ চনৰ পৰা অ-মঞ্জুৰীকৃত পদত কাৰ্যনিৰ্বাহ কৰিছিল ১৯৯০ চনলৈকে ৷ তেখেতে অন্য বিভাগত স্হায়ী পদ লাভ কৰি অধ্যাপক পদটিক অব্যাহতি দিয়ে ৷ ১৯৯১চনত অনুৰাধা সন্দিকৈয়ে সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰে ৷ তেখেতে ১৯৯২ চনলৈকে অতি নিষ্ঠাৰে আৰু আন্তৰিকতাৰে কাৰ্য্যবাৰ সম্পাদনা কৰে ৷পৰৱৰ্তী সময়ত সত্যন্দ্ৰ নাথ বৰদলৈ দেৱে ১৯৯২ চনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে ৷ তেখেতে ১৯৯৬ চনলৈকে সুচাৰুৰূপে দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল ৷ পৰৱৰ্তী সময়ত ১৯৯৬ চনত ড’ অতুল হাজৰিকাদেৱে বিভাগটিত সহাকাৰী অধ্যাপক পদত নিযুক্তি লাভ কৰে ৷তেখেতে অতি নিষ্ঠা আৰু কৰ্তব্যৰে অসমীয়া বিভাগটিক পৰিপূৰ্ণতা প্ৰধান কৰে ৷তেখেতৰ আপ্ৰাণ প্ৰচেষ্টা আৰু অবিৰত চিন্তা চৰ্চাৰে অসমীয়া বিভাটিক বহু মাত্ৰা প্ৰদান কৰি বৰ্তমানলৈকে বিভাগীয় মূৰব্বী হিচাপে কৰ্মৰত হৈ আছে ৷ ২০০০ চনত অ-মঞ্জুৰীকৃত সহকাৰী অধ্যাপিকা পদত যোগদান কৰা প্ৰণিতা পাৱে ২০১২ চনত বিভাগত স্থায়ী ভাৱে নিযুক্তি লাভ কৰে ৷তেখেতে নিষ্ঠা আৰু কৰ্তব্যৰে দায়িত্ব পালন কৰি বৰ্তমানলৈকে কৰ্মৰত হৈ আছে ৷ ২০০৪ চনত অ-মঞ্জুৰীতকৃত সহকাৰী অধ্যাপক পদত দুলেন পেগুদেৱে যোগদান কৰে ৷ তেখেতে ২০১২ চনত স্থায়ী পদত নিযুক্তি লাভ কৰি বৰ্তমানলৈকে নিজা দায়িত্ব আৰু কৰ্তব্যৰে কৰ্মৰত হৈ আছে ৷ ২০১৫ চনত ডক্তৰ নৰহদেৱে অ-মঞ্জুৰীতকৃত সহকাৰী অধ্যাপক পদত যোগদানৰে নিজা দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে সম্পাদনাৰে বৰ্তমানলৈকে কৰ্মৰত হৈ আছে ৷

Faculty Members

Activities

ActivitiesDescriptionDateView
Assamese ActivityActivity details can be added here.Date to be addedNo File

Achievements

AchievementDateView
Assamese AchievementDate to be addedNo File

Question

SemesterYearPaper Code/TitleView
Semester to be addedYear to be addedAssamese Question PaperNo File

Syllabus

TitleDateView
Assamese SyllabusDate to be addedNo File

Notable Alumni

NameBatchCurrent PositionImage
Alumni nameBatch to be addedCurrent position can be added here.Alumni name

Internal Assessment

SemesterYearPaper Code/TitleView
Semester to be addedYear to be addedAssamese Internal AssessmentNo File

Department Visitors

NameDateImage
Visitor nameDate to be addedVisitor name

Ex Faculty Members

NameFromToImage
Ex faculty nameFrom dateTo dateEx faculty name